logo

বিশিষ্ট সংগীত পৰিচালক ভূপেন উজীৰৰ দেহাৱসান

অসমৰ বিশিষ্ট সংগীত পৰিচালক ভূপেন উজীৰৰ দেহাৱসান। গুৱাহাটী নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে। দীৰ্ঘদিন ধৰি শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ আছিল শিল্পীগৰাকী। বিগত কিছুদিন ধৰি গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল তেওঁ। ১ জানুৱাৰীৰ পৰা চিকিৎসাধীন হৈ আছিল শিল্পী গৰাকী।

0
0 views